New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/jorhat-d3a940a1-5466-424f-bc36-80c845e6f1dd.jpg)
- যোৰহাট সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা।
- কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৮২৬৫৩টা ভোটত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ।
- তপন কুমাৰ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৪০৯৪২টা।
- আনহাতে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে লাভ কৰিছে ৪৫৯৪৮০টা ভোট।