তাই আহোম উন্নয়ন পৰিষদৰ সাহাৰ্য বিতৰণ...

তাই আহোম উন্নয়ন পৰিষদৰ  সাহাৰ্য বিতৰণ...

ডিজিটেন সংবাদ: জাতিৰ স্বাৰ্থত ওলাই আহিল তাই আহোম উন্নয়ন পৰিষদ ৷ কামপুৰত আহোম সম্প্ৰদায় লোকৰ মাজত সাহাৰ্য বিতৰণ তাই আহোম উন্নয়ন পৰিষদৰ ৷

তাই আহোম পৰিষদৰ অধ্যক্ষ নিতুল বুঢ়াগেহাঁই নেতৃত্বত তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত নগাঁও মৰিগাঁও জিলাৰ আহোম সম্প্ৰদায় লোক সকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ৷

সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি তাই আহোম পৰিষদৰ অধ্যক্ষ নিতুল বুঢ়াগেহাঁইয়ে আহোম জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰ বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ লগতে ছয় জনগোষ্ঠী জনজাতি কৰণ কৰাৰ দাবী মানি নোলোৱা পৰ্যন্ত নিজৰ স্থিতি সলনি নহয় বুলি মন্তব্য কৰে ৷

তাই আহোম উন্নয়ন পৰিষদৰ  সাহাৰ্য বিতৰণ...
বাৰে বাৰে অসমীয়াৰ স্বাভিমানক আঘাত! গামোচাক অপমান মালিগাওঁ বাংলা সাহিত্য সভাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in