ছোৱাইন ফ্লুৰ আতংক, প্ৰশাসনে হত্যা কৰি পুতি থ’লে ১৫০ টা গাহৰি…

ছোৱাইন ফ্লুৰ আতংক, প্ৰশাসনে হত্যা কৰি পুতি থ’লে ১৫০ টা গাহৰি…

author-image
asomiyapratidin
New Update
ছোৱাইন ফ্লুৰ আতংক, প্ৰশাসনে হত্যা কৰি পুতি থ’লে ১৫০ টা গাহৰি…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাইন ফ্লুৰ আতংক। জিলা খনৰ পাথৰিঘাট ,কমাৰপাৰা আৰু গধীয়া পাৰাত গাহৰিৰ গাত চোৱাইন ফ্লু।

Advertisment

বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তাৰ পাছতেই তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন।

মঙলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই ১৫০টা গাহৰি হত্যা কৰি পুতি থ'লে গাঁতত। এই ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে জিলাখনৰ গাহৰি পালক সকল।

অৱশ্যে গাহৰিৰ গাত দেখা দিয়া এই বিধ ৰোগৰ বাবে মানুহ চিন্তিত হোৱাৰ কাৰণ নাই।

আৰু পঢ়ক: ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি…

assam mangaldai