পুৱাই শিলচৰত মাতৃ-ভগ্নীৰ সৈতে গৈ ভোটাধিকাৰ সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ

author-image
asomiyapratidin
New Update
পুৱাই শিলচৰত মাতৃ-ভগ্নীৰ সৈতে গৈ ভোটাধিকাৰ সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ

  • শিলচৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুস্মিতা দেৱে।
  • উক্ত সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুস্মিতা।
  • মাতৃ-ভগ্নীৰ সৈতে গৈ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।
  • ভোটদানৰ পাছত এই সমষ্টিটোৰ পৰা জয়ী হম বুলি মন্তব্য সুস্মিতাৰ।