অসমত মাদ্রাছা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি

অসমত মাদ্রাছা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি
  • অসমত মাদ্রাছা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি

  • ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰলৈ জাননি উচ্চতম ন্যায়ালয়ৰ

  • জমিয়ত উলেমা-ই-হিন্দকে ধৰি কেইবাটাও সংগঠনে আবেদন কৰিছিল

  • গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল সংগঠনকেইটাৰ আবেদন

  • এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সংগঠনকেইটা

  • আজি গোচৰটোৰ শুনানি গ্রহণ কৰি কেন্দ্র, ৰাজ্যলৈ জাননি ন্যায়ালয়ৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in