/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ff09d26d-cfff-4a78-a620-de051ba7a70a/111.jpg)
অসমত মাদ্রাছা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি
ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰলৈ জাননি উচ্চতম ন্যায়ালয়ৰ
জমিয়ত উলেমা-ই-হিন্দকে ধৰি কেইবাটাও সংগঠনে আবেদন কৰিছিল
গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল সংগঠনকেইটাৰ আবেদন
এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সংগঠনকেইটা
আজি গোচৰটোৰ শুনানি গ্রহণ কৰি কেন্দ্র, ৰাজ্যলৈ জাননি ন্যায়ালয়ৰ
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us