অখিল গগৈৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ...

উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন। NIA আদালতত UAPA গোচৰৰ শুনানি সম্পন্ন নোহোৱা পৰ্যন্ত এই জামিন মঞ্জুৰ

author-image
Asomiya Pratidin
New Update
অখিল গগৈৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ...

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন। NIA আদালতত UAPA গোচৰৰ শুনানি সম্পন্ন নোহোৱা পৰ্যন্ত এই জামিন মঞ্জুৰ কৰা হৈছে। NIA আদালতত অখিল গগৈৰ বিৰুদ্ধে চলি আছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

Advertisment

NIAক গোচৰ চলাবলৈ উচ্চ ন্যায়ালয়ে দিয়া অনুমতিৰ বিৰুদ্ধে সৰ্ব্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বিধায়ক গৰাকীয়ে। আৰু বিধায়ক গৰাকীৰ আবেদনৰ ভিত্তিত মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰৰ শুনানি প্ৰদান কৰে।

উল্লেখ্য যে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পূৰ্বৰে পৰা চলি আছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

Also Read: মহানগৰীৰ পৰা অপহৃত দুই ব্যৱসায়ীক উদ্ধাৰ আৰক্ষীৰ...

gauhati high court akhil gogoi