New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/sunny-deol-to-assam-karbianglong.jpeg)
- কাৰ্বিআংলঙলৈ আহিব বলিউডৰ ছুপাৰষ্টাৰ ছানি দেউল।
- ১৯ ফেব্ৰুৱাৰীত কাৰ্বিআংলঙৰ তাৰালাংচুলৈ অহাৰ কথা ছানি দেউল।
- কাৰ্বি যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰা হৈছে অভিনেতা তথা বিজেপিৰ সাংসদগৰাকীক।
- ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে তাৰালাংচুত কাৰ্বি যুৱ মহোৎসৱ।
- ৫ দিনীয়া এই যুৱ মহোৎসৱৰ কাৰ্যসূচী অন্ত পৰিব ১৯ ফেব্ৰুৱাৰীত।
- কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষ্যে ডিফুৰ নিকটৱৰ্তী তাৰালাংচুত উছৱমুখৰ পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us