অসম মুখ্য-পৃষ্ঠা কামৰূপ CJM আদালতৰ মনীষ ছিচোদিয়ালৈ চমন, অতি শীঘ্ৰেই হাজিৰ হ’ব লাগিব আদালতত… কামৰূপ CJM আদালতৰ মনীষ ছিচোদিয়ালৈ চমন, অতি শীঘ্ৰেই হাজিৰ হ’ব লাগিব আদালতত… asomiyapratidin 23 Aug 2022 17:20 IST Follow UsNew Updateদিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ ছিছ'দিয়াক আদালতৰ চমন।মনীষ ছিছ'দিয়ালৈ কামৰূপ CJM আদালতৰ চমন।২৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ'ব লাগিব মনীষ ছিছ'দিয়া।মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মানহানি গোচৰত চমন। assam guwahati kamrupআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক