/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/rani-narah.jpg)
-
প্রাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন
-
মঙলবাৰে হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত
-
সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ
-
২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ
-
যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ
-
এই কামৰ বিপৰীতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ
-
‘২০১৯ত CM ভিজিলেন্সৰ পৰা চমন আহিছিল’