/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/cexam8wx/41.jpg)
আজি আদালতলৈ নিয়া হ’ব চুমি-তাৰ্কিক আৰু বিশাল ফুকনক।
CJMৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাব তিনিওকে।
বিয়লি ৩ বজাত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিক বৰা আৰু বিশাল ফুকনক।
শনিবাৰে পুুৱাতে CJM আদালতত উপস্থিত হয় চিবিআইৰ দল।
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ট্ৰেডিং কেলেংকাৰীৰ ৩ অভিযুক্তক।
Also Read: ভাৰত-চীন সীমান্তত মোতায়ন কৰা ভাৰতীয় সেনা স্থানান্তৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us