New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/86aaa15d-1716-402a-88a4-7ad3893f7c65/111.jpg)
গুৱাহাটী আই আই টিত পুনৰ সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ।
বি.টেক ডিগ্ৰীৰ ছাত্ৰ মহেশ সাই ৰাজ নামৰ ছাত্ৰজনে গ্ৰহণ কৰিলে এই চূড়ান্ত সিদ্ধান্ত ।
অন্ধ্ৰ প্ৰদেশত আছিল ছাত্ৰজনৰ বাসগৃ্হ ।
৬ অক্টোবৰৰ পৰাই সন্ধানহীন আছিল ছাত্ৰজন ।
লোহিত হোষ্টেলত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰজন ।