New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/suicide.png)
- অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যলয়ত কৰ্মচাৰীৰ আত্মহত্যা ।
- দেওবাৰে ফেনত চিপ লৈ কার্যলয়ৰ কোঠাতে আত্মহত্যা ব্যক্তিজনৰ।
- প্ৰদীপ তালুকদাৰ নামৰ গাননিক বিষয়াই আত্মহত্যা কৰে নিজ কাৰ্যলয়তে ।
- এই পৰ্যন্ত কলিতাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।
- ঘটনা স্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী ।
- পুৱা কার্যলয়লৈ আহিছিল ব্যক্তিজন। তেওঁৰ ঘৰ জু ৰোডত বুলি জানিব পৰা গৈছে।
- কাৰ্যালটোৰ শ্ৰী মতি কুমাৰিকা বৰগোহাঁইৰ (F.A.O) কোঠাত আত্মহত্যা কৰ্মচাৰী গৰাকীৰ।