New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/68d14216-bb39-4027-b0cd-de91bf45c8f7/sudakshina.jpg)
sudakshina sarma
যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা চিকিৎসাধীন।
নেমকেয়াৰ হাস্পতালত বুধবাৰৰ পুৱা ভৰ্তি কৰোৱা হয় তেওঁক।
স্নানগাৰত পৰি আঘাত পাইছিল তেওঁ।
শয্যাশায়ী হৈ আছিল ঘৰতে।
চিকিৎসকে আজি তেওঁৰ প্ৰয়োজনীয় পৰীক্ষা সমূহ কৰিব।
এটা অস্ত্ৰোপ্ৰচাৰ প্ৰয়োজন হ'ব বুলি চিকিৎসকে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us