/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2174b65f-57d1-49cb-975a-52f35baeb23f/hud.jpg)
-
ওদালগুৰিৰ মাজবাট আঞ্চলিক বন বিভাগৰ সফল অভিযান ।
-
অভিযানত বৃহৎ সংখ্যক অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ বন কৰ্মীৰ দলৰ ।
-
শুক্ৰবাৰে নিশা এক গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত চলোৱা অভিযানত 2.5cm কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।
-
অৰুণাচল দিশৰ পৰা ট্ৰেক্টৰেৰে চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাতে বন কৰ্মীৰ দলে এই মূল্যবান পাহাৰীয়া কাঠ খিনি জব্দ কৰে ।
-
জব্দকৃত কাঠ খিনিৰ বজাৰ মূল্য ৫/৬ লাখ টকা হ'ব বুলি অনুমান কৰিছে বন বিভাগে ।