/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/df986c4c-6959-4dec-86d8-55ed702ebdba/92.jpg)
-
মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অৰ্ণৱ গগৈৰ সাফল্য।
-
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্ণৱে।
-
মেধাৱী ছাত্ৰগৰাকীয়ে লাভ কৰিছে ৯৪.১৬ শতাংশ নম্বৰ।
-
৬টা বিষয়ত লেটাৰসহ ডিষ্টিংচন লাভ কৰিছে অৰ্ণৱে।
-
ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকী।
-
উল্লেখ কৰা প্ৰয়োজন যে বাঁহীবাদক আৰু ঢোলবাদক হিচাপে অৰ্ণৱ গগৈৰ অঞ্চলটোত সুনাম আছে।
Also Read: লাহৰীঘাটৰ মূল সমস্যা গৰাখহনীয়া আৰু মথাউৰি সমস্যা সমাধান কৰি দিছো : মন্ত্ৰী পীয়ুষ হাজৰীকা