ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২: সংবাদ কৰ্মীলৈ বিশেষ নিৰ্দেশনা…

ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২: সংবাদ কৰ্মীলৈ বিশেষ নিৰ্দেশনা…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • কিছুদিন পিছতেই অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২।
  • এই নিৰ্বাচন সংক্ৰান্তীয় অথৰিটি লেটাৰৰ বাবে ছপা আৰু বৈদ্যুতিক মাধ্য়মৰ সংবাদ কৰ্মীৰ নাম জমা দিবলৈ এক বিবৃতিৰ জৰিয়তে আহ্বান।
  • ইয়াৰ বাবে প্ৰয়োজন হ'ব সংবাদ কৰ্মীৰ সম্পূৰ্ণ নাম, পদ, সংবাদ মাধ্যমৰ নাম আৰু  ২টা পাছপোৰ্ট ফটো।
  • লগতে প্ৰয়োজন হ'ব সংবাদ মাধ্যমৰ আই কাৰ্ড, ডি আই পি আৰৰ কাৰ্ড।
  • ২৮ জুনৰ আগত ডি আই পি আৰ, অসমৰ কাৰ্যালয়ত জমা দিব লাগিব।
  • সংবাদ কৰ্মী জন দুটা কভিড ভেকচিন লোৱা হ'ব লাগিব।
Advertisment
assam president election journalist