/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e42a7707-4914-4df4-955d-578bf8cfd16a/nhpc.jpg)
গেৰুকামুখৰ NHPC প্রকল্পস্থলীৰ পৰা স্থানান্তৰ ৬ হাজাৰ শ্রমিক।
গাৰ্ড ৱাল খহি পাৱাৰ হাউছত পানী সোমোৱাৰ বাবেই এই সিদ্ধান্ত NHPCৰ ।
সোৱণশিৰিৰ পানীৰ স্তৰ নিম্নগামী নোহোৱা পৰ্যন্ত শ্রমিকৰ প্রৱেশ বন্ধ পাৱাৰ হাউছত।
প্রৱল বৃষ্টিপাতৰ বাবে এক প্রকাৰ স্তব্ধ গেৰুকামুখৰ নদীবান্ধৰ কাম।