/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/dc8654bc-7dc1-4db5-b52e-cfe33123fc99/download.jpg)
-
ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল ।
-
২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।
-
দেওবাৰে উক্ত পদ সমূহৰ ফলাফল ঘোষণা কৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ।
-
পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব পাৰিব।