/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/st.png)
ডিজিটেল ডেস্ক: ৰাজ্যত ৰঙালীৰ আনন্দ। তাৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যৰ ভিন্ন প্রান্তত প্রবল ধুমুহা-বৃষ্টিপাত হোৱা পৰিলক্ষিত হয়।
জনীয়াত ধুমুহাত ভাঙি পৰা গছৰ চেপাত মৃত্যু ৩০ বছৰীয়া মহিলাৰ। লুৰফুৰীয়া গাঁও, শিতুলী গাঁৱতো প্রচণ্ড ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
অঞ্চলকেইটাৰ বহুসংখ্যক লোকৰ ঘৰ-দুৱাৰৰ ক্ষতিসাধন হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত বহু ক্ষতিসাধন হয়।
আৰু পঢ়ক: আহি পহিলা ব'হাগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us