ৰাজ্যত বৃদ্ধি কৰা হ'ল ধান ক্ৰয়ৰ নূন্যতম সমৰ্থন মূল্য

ৰাজ্যত বৃদ্ধি কৰা হ'ল ধান ক্ৰয়ৰ নূন্যতম সমৰ্থন মূল্য
  • ৰাজ্যৰ কৃষকৰ বাবে এটা সুখবৰ ।

  • ধানৰ ন্যূনতম সমর্থন মূল্য চমুকৈ MSP বৃদ্ধি ।

  • MSP ১,৯৪০ টকাৰ পৰিৱর্তে ২,০৪০ টকা নির্ধাৰণ ।

  • সংবাদমেল যোগে মন্ত্রী ৰণজিৎ কুমাৰ দাসে জনালে এই কথা ।

  • ৬ টা সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ধান ক্রয় চৰকাৰৰ ।

  • এইবাৰ ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্য নির্ধাৰণ ।

  • ধান ক্রয় কেন্দ্র বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ।

  • ধান বিক্রীৰ বাবে বাধ্যতামূলক হ’ব কৃষকৰ আধাৰ নম্বৰ ।

  • ধান কলৰ গুদাম স্থাপনৰ বাবে ৰাজ সাহায্যৰ ব্যৱস্থা ।

  • ১৬১ কোটি টকাৰ অর্থ সাহায্য প্রদান ৰাজ্য চৰকাৰৰ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in