/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fd7d51ff-c359-443f-9eea-4786a07640ff/pic_eimuhurtor_khobor_copy.jpg)
-
ৰাজ্যৰ কৃষকৰ বাবে এটা সুখবৰ ।
-
ধানৰ ন্যূনতম সমর্থন মূল্য চমুকৈ MSP বৃদ্ধি ।
-
MSP ১,৯৪০ টকাৰ পৰিৱর্তে ২,০৪০ টকা নির্ধাৰণ ।
-
সংবাদমেল যোগে মন্ত্রী ৰণজিৎ কুমাৰ দাসে জনালে এই কথা ।
-
৬ টা সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ধান ক্রয় চৰকাৰৰ ।
-
এইবাৰ ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্য নির্ধাৰণ ।
-
ধান ক্রয় কেন্দ্র বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ।
-
ধান বিক্রীৰ বাবে বাধ্যতামূলক হ’ব কৃষকৰ আধাৰ নম্বৰ ।
-
ধান কলৰ গুদাম স্থাপনৰ বাবে ৰাজ সাহায্যৰ ব্যৱস্থা ।
-
১৬১ কোটি টকাৰ অর্থ সাহায্য প্রদান ৰাজ্য চৰকাৰৰ ।