মথুৰাপুৰত পাঁচ দিন ধৰি বন্ধ হৈ আছে এ টি এম সেৱা...

মথুৰাপুৰত পাঁচ দিন ধৰি বন্ধ হৈ আছে এ টি এম সেৱা...
  • বিগত পাঁচ দিন ধৰি বন্ধ হৈ আছে ভাৰতীয় ষ্টেট বেংকৰ মথুৰাপুৰ শাখা

  • এ টি এম সেৱা উপলব্ধ নোহোৱাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে গ্ৰাহক সকল

  • অজ্ঞাত কাৰণবশত বন্ধ হৈ আছে এ টি এম কেন্দ্ৰটো

  • বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ একমাত্ৰ এচ বি আই এ টি এমটো কাৰ্যকৰী কৰি তুলিবলৈ কৰ্তৃপক্ষক অনুৰোধ ভূক্তভোগী ৰাইজৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in