New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4a995b73-0802-4a95-98cb-402a0327b405/atm.jpg)
বিগত পাঁচ দিন ধৰি বন্ধ হৈ আছে ভাৰতীয় ষ্টেট বেংকৰ মথুৰাপুৰ শাখা
এ টি এম সেৱা উপলব্ধ নোহোৱাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে গ্ৰাহক সকল
অজ্ঞাত কাৰণবশত বন্ধ হৈ আছে এ টি এম কেন্দ্ৰটো
বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ একমাত্ৰ এচ বি আই এ টি এমটো কাৰ্যকৰী কৰি তুলিবলৈ কৰ্তৃপক্ষক অনুৰোধ ভূক্তভোগী ৰাইজৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us