/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
মঃ মহৰ আলী আৰু আব্দুল বাতেনক আটক।
দুয়োৰে বিৰুদ্ধে আল কায়দা আৰু আনছাৰুল বাংলা টীমৰ(ABT)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ।
নলবাৰীৰ ঘগ্রাপাৰা থানাত দুয়োৰে বিৰুদ্ধে আছিল গোচৰ।
মঃ মহৰ আলী অসম মিঞা পৰিষদৰ সভাপতি।
আব্দুল বাতেন অসম মিঞা পৰিষদৰ উপ-সভাপতি।
জি পি সিঙে টুইট কৰি জনালে এই কথা।
Sri Mohar Ali of Goalpara & Sri Abdul Baten of Dhubri have been detained in connection with Ghograpar PS Case no.163/22, U/S- 120(B)/121/121(A)/122 IPC , R/W-Sec -10/13 UA(P) Act. Further investigation and interrogation would be carried out about their association with AQIS/ABT.
— GP Singh (@gpsinghips) October 25, 2022