মৰাণ আৰক্ষীৰ অভিযানত আটক জুৱাৰীসহ খেলৰ সামগ্ৰী

মৰাণ আৰক্ষীৰ অভিযানত আটক জুৱাৰীসহ খেলৰ সামগ্ৰী
  • মৰাণৰ ধেমেচী কলালোৰ গাঁৱত মৰাণ আৰক্ষীৰ অভিযান

  • অভিযানত ৫ জুৱাৰীসহ জুৱা খেলৰ সামগ্রী জব্দ

  • নগদ ৯,০৩০ টকা, ৫টা ম’বাইল হেণ্ডচেট জব্দ

  • ধৃত বিতুপন ফুকন, বিশ্বজিৎ গগৈ, ৰাজীৱ কলিতা

  • ধৃত আন দুজন আব্দুল হুছেইন আৰু আহিদুৰ ৰহমান।

মৰাণ আৰক্ষীৰ অভিযানত আটক জুৱাৰীসহ খেলৰ সামগ্ৰী
মৰিয়নিত ঢোলৰ ছেৱে ছেৱে কঁকাল ভাঙিছে এজাক কণ কণ শিশুৱে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in