/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d7fc73d9-2da6-4a98-a4f7-fc57f50ef333/wev.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ভাস্কৰ নগৰত অৱস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰে দ্য উই ফাউণ্ডেশ্যন নামৰ অনুষ্ঠানটিৰ সৈতে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দৈনন্দিন জীৱনৰ স্বাস্থ্যৰক্ষা সম্বন্ধীয় আৰু ডিজিটেল শিক্ষা প্ৰসাৰৰ বাবে এটা শৈক্ষিক বুজাপৰাৰ উপনীত হৈছে।
সেই অনুসৰি এই অনুষ্ঠানটোৱে বিদ্যালয়খনৰ শিক্ষয়ত্ৰী আৰু উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰী- ৰজঃস্বলা কিশোৰীয়ে পালন কৰিবলগীয়া স্বাস্থ্য ধন' নামৰ এটা প্ৰজেক্টৰো মুকলি কৰে। এই ব্যৱস্থাই দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক 'ডিজিটেল শিক্ষা' সম্বন্ধে স্বাক্ষৰতা প্ৰদান কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ফাউণ্ডেশ্যনটোৰ বাবে আছুটীয়া কোঠা আৰু ইন্টাৰনেট সেৱাৰ ব্যৱস্থা কৰি দিছে।
Also Read: কন্দলীত ঐতিহাসিক বাদুলী খোৰোং মেলা