New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- কোভিড ৰোগীৰ সংখ্যা এহেজাৰ হ'লে স্কুল কলেজ বন্ধ কৰি দিয়া হ'ব।
- বিমানত অহা যাত্ৰী ৭ দিন হোম কোৱাৰাইন্টাইনত থাকিব লাগিব।
- পৰিস্থিতি জটিল হ'লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতাৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা বাতিল কৰা হ'ব।
- গুৱাহাটীত ৬০ লৈ বৃদ্ধি কৰা হ'ব কোভিড স্কীণিং চেন্টাৰ।
- ধীৰেণপাৰা মেটাৰনিটী চিকিৎসালয় কোভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ'ব।