New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/cm-in-gohpur.jpg)
ফাইল ফটো
- আজি দিনৰ ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰলৈ যাব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- ধুবুৰীৰ বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাব মুখ্য মন্ত্ৰী গৰাকী।
- জিলা খনৰ হাটছিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সোণোৱালে।
- লগত থাকিব অগপৰ তিনি মন্ত্ৰী আৰু হাগ্ৰাম মহিলাৰী।
- মুখ্যমন্ত্ৰীৰ আগমনক লৈ জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে জিলা আৰক্ষী প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us