New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7e213a9a-fc61-426b-97da-7703b0451603/agranii.jpg)
দক্ষিণ শালমৰাৰ শালকাটাত স্বামীৰ দাৰে আক্ৰমণ পত্নীক।
গুৰুতৰভাৱে আহত পত্নী ৰাশিদা খাতুন।
ডিঙি কটা অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ পত্নী ৰাশিদা খাতুনক।
স্বামী ছিদ্দিক আলীক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।
পত্নীৰ অবৈধ সম্পৰ্কৰ সন্দেহত হত্যাৰ চেষ্টা স্বামীৰ।
সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ কৰে ৰাশিদা খাতুনক।