ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্রীবাহী বাছ আৰু বালি কঢ়িওৱা ডাম্পাৰৰ মাজত সংঘৰ্ষ

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ খাৰাভাঙ্গাত পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ খাৰাভাঙ্গাত পথ দুৰ্ঘটনা।

  • ১৭ নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।

  • যাত্রীবাহী বাছ-বালি কঢ়িওৱা ডাম্পাৰৰ মাজত সংঘৰ্ষ।

  • দুৰ্ঘটনাটোত বাছখনৰ বহুকেইজন যাত্রী আহত।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰখনৰ।

  • ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছ চালকজনে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in