/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ খাৰাভাঙ্গাত পথ দুৰ্ঘটনা।
-
১৭ নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।
-
যাত্রীবাহী বাছ-বালি কঢ়িওৱা ডাম্পাৰৰ মাজত সংঘৰ্ষ।
-
দুৰ্ঘটনাটোত বাছখনৰ বহুকেইজন যাত্রী আহত।
-
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰখনৰ।
-
ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছ চালকজনে।