New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- দক্ষিণ কামৰূপৰ জোৰশিমুলীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা।
- অভিযোগ অনুসৰি জেছমিন খাতুন নামৰ ন-বোৱাৰীক ডিঙি চেপি হত্যা স্বামী পৰিয়ালৰ।
- জোৰশিমুলীৰ গছপোতা গাঁৱত সংঘটিত এই ঘটনা।
- জোৰশিমুলী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে স্বামী আৰু শহুৰ-শহুৰেকক।
- গ্রেপ্তাৰ হাবিজুৰ হক, ছামছুল হক, হাজেৰা খাতুন।
- আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্রক্রিয়া।