পদপথৰ দোকানত সোমাল এখন ছুইফট বাহন, নিহত শিশু

চতিয়াৰ গেৰেকীত ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাতো।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

  • চতিয়াৰ গেৰেকীত ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাতো।

  • নিয়ন্ত্রণ হেৰুৱাই পদপথৰ দোকানত সোমাল এখন ছুইফট।

  • দুৰ্ঘটনাত নিহত ছুনু ঘাটোৱাৰ নামৰ এটি শিশু।

  • প্ৰথমে শিশুটিক আহত অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল ।

  • চিকিৎ‍সালয়ত মৃত ঘোষণা শিশুটিক।

  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নং- AS01 DV 6451।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

road accident