সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী উদ্ধাৰ

সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী উদ্ধাৰ

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ। বাক্সা জিলা ধুপগুৰী (কলবাৰী) কেৰামত আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰীখিনি।

বৰপেটা আৰু বাক্সা প্ৰশাসনৰ তৎপৰতাত ২৪ ঘণ্টা পাৰ নহওতে চুৰিৰ সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশা মইনবড়ী সত্ৰৰ পৰা চুৰি হোৱা সকলো সামগ্ৰীয়েই কেৰামত আলীৰ ঘৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা স্থলীত বৰপেটা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ চুৰিৰ সকলো সামগ্ৰী উদ্ধাৰ কৰে।

সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী উদ্ধাৰ
কটন বিশ্ববিদ্যালয়ত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in