New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/hslc.jpg)
- ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা।
- ইয়াৰ আগমুহুৰ্তত পৰীক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জাৰি বিশেষ নিৰ্দেশনা।
- নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থী সকলে প্ৰথম পালি হ'লেও ক'ভিড ভেকচিন লোৱাটো বাধ্যতামূলক।
- ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই ১৫ ৰ পৰা ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰী সকলে ল'ব লাগিব কভিড ভেকচিন।
- মাধ্যমিক শিক্ষা বোৰ্ডে ঘোষণা কৰিছে এই বিশেষ নিৰ্দেশনা।