/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জামুগুৰিহাটৰ সমীপৰ বালিজুৰিৰ হাটিপট্টি গেটত ৪টা ড্ৰাগচৰ কন্টেইনাৰসহ সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷
AR-01-J-1148 নম্বৰৰ বাইকসহ আটক কৰা সৰবৰাহকাৰীজনৰ নাম মুকুল দাস ৷
ইটাখোলা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰে।
সৰবৰাহকাৰী মুকুল দাসক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷
মুকুল দাসৰ ঘৰ অৰুণাচল সীমান্তৱৰ্তী শিজোছাত বুলি জানিব পৰা গৈছে।
Also Read: কচাৰী ভেটি টুপ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us