ভৱেশ শইকিয়াৰ বিয়োগত গহপুৰত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান...

ভৱেশ শইকিয়াৰ বিয়োগত গহপুৰত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
ভৱেশ শইকিয়াৰ বিয়োগত গহপুৰত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান...

ভৱেশ শইকিয়াৰ বিয়োগত গহপুৰত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান...

ডিজিটেল ডেস্কঃ বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকিয়াৰ বিয়োগত ৰাজ্যৰ সংবাদ ক্ষেত্ৰতখনত শোকৰ ছাঁ পৰিছে। প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ আন প্ৰান্তৰ লগতে গহপুৰতো আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

গহপুৰ চৰকাৰী বাছ আস্থান প্ৰাঙ্গনত গহপুৰ মহকুমা আপকুৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কৰি মৌন প্ৰাৰ্থনা কৰা হয়। অসমৰ মফচলীয়া সাংবাদিকসকলৰ সংগঠন আসাম প্ৰেছ কৰেচপণ্ডেন্টচ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ মৃত্যুত অসমৰ বিভিন্ন প্ৰান্তত আপকুৱে শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

গহপুৰৰ এই কাৰ্যসূচীত আপকুৰ বিষয়ববীয়াৰ লগতে গহপুৰ আছু আৰু গহপুৰৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Also Read: জামুগুৰিহাটৰ নবিল গাঁৱত বিবাহিত যুৱকৰ আত্মহত্যা...

গহপুৰ