/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/38qrd6cb/172.jpg)
জামুগুৰিহাটৰ পাতলৰচুকৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা ৷
পথাৰলৈ জলপান লৈ ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷
গুৰুতৰভাৱে আহত মহিলাগৰাকী পাতলৰচুক গাঁৱৰ ৰুবু (মইনা) বৰা ৷
আহত মহিলাগৰাকীক ১০৮ সেৱাৰ জৰিয়তে ততাতৈয়াকৈ উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Also Read: বিৰাট, গীল, পণ্ট-শ্ৰেয়াছ ব্যৰ্থ : শ্ৰীলংকাৰ বিৰুদ্ধে নিৰ্ণায়ক মেচত পৰাস্ত টীম ইণ্ডিয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us