ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
  • শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ৰঙাপৰাৰ হাতীবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • এখন টাটা মেজিক আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ।

  • ফলত থিতাতে নিহত মটৰ চাইকেল আৰোহী।

  • ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী আৰোহী।

  • আহত আৰোহীজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ।

  • নিহত বাইক চালক জনৰ নাম ৰাজু সিং।

  • ৰাজু সিঙৰ ঘৰ বালিপৰাৰ দীঘলীত।

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
অসম পর্বতাৰোহণ সন্থাৰ বৰাইল অভয়াৰণ্যত ট্রেকিং অভিযান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in