/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/78dbc6c2-ce47-47ca-bc58-e8423de61502/rongapara_12.jpg)
ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
-
শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ৰঙাপৰাৰ হাতীবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।
-
এখন টাটা মেজিক আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ।
-
ফলত থিতাতে নিহত মটৰ চাইকেল আৰোহী।
-
ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী আৰোহী।
-
আহত আৰোহীজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ।
-
নিহত বাইক চালক জনৰ নাম ৰাজু সিং।
-
ৰাজু সিঙৰ ঘৰ বালিপৰাৰ দীঘলীত।
Also Read: অসম পর্বতাৰোহণ সন্থাৰ বৰাইল অভয়াৰণ্যত ট্রেকিং অভিযান...