/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
চতিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ মুখত বাহনৰ চকা উঠি যোৱাৰ সন্দেহ... road accident
চতিয়াত ভয়ংকৰ ঘটনা।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰেকীত উদ্ধাৰ মৃতদেহ।
এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো।
পুৱতিনিশা কোনো বাহনৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ৷
ঘটনাস্থলীত পুৱাই উপস্থিত চতিয়া আৰক্ষী।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে যদিও চিনাক্ত কৰিব পৰা অৱস্থাত নাই।
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে পৰি থকা মৃতদেহটোৰ মুখণ্ডল সম্পূৰ্ণৰূপে ক্ষতবিক্ষত।
মৃতদেহটোৰ মুখৰ ওপৰেদি বাহনৰ চকা উঠি যোৱাৰ সন্দেহ।
চতিয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে উদ্ধাৰ হোৱা মৃতদেহটো।
Also Read: মণিপুৰত আকৌ সংঘৰ্ষঃ কুকি উগ্ৰপন্থীৰে গাওঁৰক্ষীৰ গুলীয়াগুলী, ৯জন আহত...