নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল ডেস্কঃ নিশা শোণিতপুৰৰ বালিপৰাৰ ভিন্ন স্থানত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মুঠ ৫ জনকৈ লোকৰ কৰুণ মৃত্যু হয়।

Advertisment

উল্লেখ্য যে, মঙ্গলবাৰে নিশা বালিপৰাত অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হৈছিল এই সংগীতানুষ্ঠান।

এই সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত নিহতসকল ক্ৰমে, কাচেম আলী, ৰাজ ইছলাম, বিপুল দাস, দেৱজিৎ বসুমতাৰী, চৰফুং বসুমতাৰী।

Also Read: কাছাৰৰ সোণাইত হেৰইনসহ দুজনক আটক

পথ দুৰ্ঘটনা বালিপৰা