/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0813f704-1827-403b-a3ee-37fdce291e7b/4.jpg)
-
শোণিতপুৰৰ চাৰিদুৱাৰৰ শালবাৰীত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
-
নিয়ন্ত্রন হেৰুৱাই পথতে বাগৰি পৰিল এখন বৰযাত্ৰী কঢ়িওৱা বাহন।
-
দুৰ্ঘটনাটোত শিশু, মহিলাসহ আহত হয় ২০ জনতকৈ অধিক লোক।
-
চাৰিদুৱাৰৰ চটাইৰ পৰা গাৰোগাৱলৈ এ এছ -১২চি চি ৪২৭৪ নম্বৰৰ গাড়ীখনে বৰযাত্রী ৰূপে কঢ়িয়াই আনিছিল একাধিক লোকক।
-
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা শিশু মহিলাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।
Also Read: নিৰ্বাচন পৰিচালনাত ব্যৰ্থ নগাঁও প্ৰশাসনঃ আৰক্ষীৰ প্ৰহাৰত আহত সংবাদকৰ্মী