/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/0v3qk6x3/173.jpg)
-
জামুগুৰিহাটৰ কুসুমটোলাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু।
-
মৃত্যু হোৱা ব্যক্তিজনৰ নাম চন্দ্ৰ হাজৰিকা (৮০)।
-
চাইকেল চলাই আহি থকা ব্যক্তিজনক এখন KTM বাইকে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয়।
-
আহত লোকজনক সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
-
পিছত চিকিৎসাধীন অৱস্থাত তেজপুৰ চিভিল হাস্পতালত তেওঁৰ মৃত্যু হয়।
Also Read: বিৰাট, গীল, পণ্ট-শ্ৰেয়াছ ব্যৰ্থ : শ্ৰীলংকাৰ বিৰুদ্ধে নিৰ্ণায়ক মেচত পৰাস্ত টীম ইণ্ডিয়া