প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ চৌদিশে বানপানী। তাৰ মাজতেই গহপুৰত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কাছ। গহপুৰৰ ১ নং দ'লা দলনিৰ মাতিয়া ভূঞাৰ ম'হখুঁটিৰ পৰা উদ্ধাৰ কৰা হৈছে এই কাছটো।

উদ্ধাৰ হোৱা কাছটোৰ ওজন প্ৰায় ২০ কেজি। বৰ্তমান কাছটি গহপুৰৰ বৰপুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ ব্যৱস্থা কৰে।

Also Read: চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

গহপুৰ