/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8481c474-2085-4e7b-addf-112e6b8a85f9/PRANJAL_10.jpg)
ঝাৰখণ্ডত আত্মহন কৰিলে CRPF ত কৰ্মৰত তেজপুৰৰ জোৱানে...
ঝাৰখণ্ডত আত্মহনন অসমৰ যুৱকৰ।
আত্মহননৰ পথ বাচি লোৱা যুৱকজনৰ নাম প্ৰাঞ্জল নাথ।
প্ৰাঞ্জল নাথৰ ঘৰ তেজপুৰৰ পিঠাখোৱাত।
নিজ কাৰ্যালয়তে প্ৰাঞ্জলে আত্মহননৰ পথ বাচি লয়।
নিজ চাৰ্ভিছ ৰাইফেলেৰে সংঘটিত কৰে এই ঘটনা।
অৱশ্যে এই পৰ্যন্ত প্ৰাঞ্জলে কিয় এই পথ বাচি ল'লে সেই বিষয়ে জানিব পৰা হোৱা নাই।
Also Read: ভগ্ন গৃহৰ কাষত বৃদ্ধৰ উচুপনিঃ নিশাৰ ভিতৰতে শেষ হৈ গ'ল সকলো...