/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
- বালিপৰাৰ গুদামঘাটত ড্ৰাগছসহ এজনক আটক। 
- চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান। 
- অভিযানত ৪৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ ৭ টা খালি কন্টেইনাৰ আৰু চাবোনৰ কেচ জব্দ। 
- গুদামঘাটৰ আবু আলি ওৰফে হজত আলি নামৰ ব্যক্তিজনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে। 
- ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে । 
- ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us