পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

author-image
Asomiya Pratidin
New Update
পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সোমবাৰৰ পৰা শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ফিটা কাটি পৰ্য্যটকৰ বাবে মুকলি কৰে।

Advertisment

উদ্যানখন উদ্বোধন কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উক্ত অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সংগ দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । আনহাতে ইটালীৰ পৰা অহা পৰ্য্যটকৰ সৈতেও বাৰ্তালাপ কৰে বন মন্ত্ৰী গৰাকীয়ে ।

Also Read: ৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী

নামেৰী ৰাষ্ট্ৰীয় উদ্যান