পুত্ৰৰ হাতত প্ৰাণ গ'ল ১০২ বছৰীয়া পিতৃৰ

পুত্ৰৰ হাতত প্ৰাণ গ'ল ১০২ বছৰীয়া পিতৃৰ
  • শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ নঘৰীয়াত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড৷

  • বুধবাৰে পাষান পুত্ৰৰ হাতত নিহত হৈছে ১০০ উৰ্ধৰ বৃদ্ধ পিতৃ৷

  • চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত নঘৰীয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷

  • সুৰামত্ত পুত্ৰ বুদৈ মেচৰ(৬০) হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃ অংগদ চন্দ্ৰ মেচৰ(১০২)৷

  • ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে বুদৈ মেচক ৷

  • জঘন্য হত্যাকাণ্ডটোৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

পুত্ৰৰ হাতত প্ৰাণ গ'ল ১০২ বছৰীয়া পিতৃৰ
লোক-কলাৰ একনিষ্ঠ সাধক ৰাধাকান্ত বৰ্মনৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in