/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
তেজপুৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ জ্যোতি ভাৰতীক লৈ উদ্বিগ্ন...
-
তেজপুৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
-
চহৰখনৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু বেংকত এই অগ্নিকাণ্ড।
-
ব্যৱসায়িক প্রতিষ্ঠান বাটা আৰু পঞ্জাৱ নেচনেল বেংকত অগ্নিকাণ্ড।
-
শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।
-
বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।
-
বেংকৰ কাষতে আছে জ্যোতি ভাৰতী।
-
যাৰ বাবে অধিন উদ্বিগ্ন হৈ পৰিছে তেজপুৰ চহৰৰ সচেতন লোকসকল।
-
এই জ্যোতি ভাৰতীতে সংৰক্ষিত হৈ আছে সাংস্কৃতিক নগৰী তেজপুৰৰ তিনি পুৰোধাৰ সৃষ্টিৰাজি।
Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...