New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0968a28d-308c-442b-8731-bfdf70890970/312.jpg)
জামুগুৰিহাটত ডেৰ কেজি গাঞ্জাসহ আটক এজনক
আটক কৰা যুৱক জনৰ নাম আহাৰ আলী
জামুগুৰি থানাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ভৰলী চাপৰিৰ পৰা আটক কৰে আহাৰ আলীক
আৰক্ষীয়ে আহাৰ আলীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
Also Read: ওৰাঙত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা