New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-03/95q9405k/5.jpg)
ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন সেনা জোৱান ৷
বিয়লি সেনা চাউনিৰ পৰা খোজ কাঢ়িবলৈ যোৱা সময়তে সংঘটিত হয় ঘটনাটো ৷
নামগাঁও চাহ বাগিচাৰ ১৬ নং শাখাত এই ঘটনা সংঘটিত।
বৰ্তমানলৈ লোকজনৰ চিনাক্তকৰণ হোৱা নাই ৷
আমবাৰী সেনা চাউনীৰ আছিল জোৱানজন ৷