ধুমুহাত বিধ্বস্ত জামুগুৰিহাট...

ধুমুহাত বিধ্বস্ত জামুগুৰিহাট...

author-image
Asomiya Pratidin
New Update
ধুমুহাত বিধ্বস্ত জামুগুৰিহাট...

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। উত্তৰাঞ্চলৰ ধলাইবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ উভালি পৰা লগতে ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুটা।

উত্তৰ জামুগুৰি চিকিৎসালয়ৰ প্ৰকাণ্ড গছৰ ডাল সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত ভাঙি পৰা ফলত প্ৰতিষ্ঠানখনৰ বিস্তৰ ক্ষতি হয়। অঞ্চলটোত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। অঞ্চলটোৰ ভিতৰুৱা স্থান সমূহতো অধিক ক্ষয় ক্ষতিৰ শংকা কৰা হৈছে।

Also Read: দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক

jamugurihat