জামুগুৰিহাটত ৰঙ্গপীঠ পৰিৱেশ্য কলা বিদ্যালয়ৰ উদ্যোগত “মুক্তি সাধকম” অনুষ্ঠান

জামুগুৰিহাটত  ৰঙ্গপীঠ পৰিৱেশ্য কলা বিদ্যালয়ৰ উদ্যোগত “মুক্তি সাধকম” অনুষ্ঠান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ যুগনায়ক মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধবদেৱৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে জামুগুৰিহাটত গঢ়লৈ উঠা ৰঙ্গপীঠ পৰিৱেশ্য কলা বিদ্যালয়ৰ উদ্যোগত আৰু বৰহমপুৰ গাওঁৰ ৰাইজৰ সহযোগত বৰহমপুৰ গাঁৱৰ নামঘৰত “মুক্তি সাধকম”শীৰ্ষক এক অনুষ্ঠান সম্পন্ন কৰা হয় ৷

বুধবাৰে নিশা অনুষ্ঠিত এই কাৰ্যসুচীৰ লগত সংগতি ৰাখি ৰঙ্গপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মাধবদেৱৰ 'পিম্পৰা গুচোৱা' আৰু শংকৰদেৱ বিৰচিত 'ৰুক্মিণী হৰণ' নাটখনিও মঞ্চষ্ঠ কৰে ৷ উক্ত অনুষ্ঠানত বৰহমপুৰ গাওঁৰ নামঘৰত অঞ্চলটোৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

জামুগুৰিহাটত  ৰঙ্গপীঠ পৰিৱেশ্য কলা বিদ্যালয়ৰ উদ্যোগত “মুক্তি সাধকম” অনুষ্ঠান
২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in